Fearless Press

পুনৰ অস্থিৰ হৈ পৰিছে শ্ৰীলংকা

গুৱাহাটী,৯ জুলাইঃ পুনৰ অশান্ত হৈ পৰিছে দ্বীপৰাষ্ট্র শ্রীলংকা। ৰাষ্ট্রপতিৰ পদত্যাগৰ দাবীত দেশজুৰি উত্তাল প্রতিবাদ। ৰাষ্ট্রপতি গোটাবায়া ৰাজাপাকছেৰ পলায়ন। ৰাষ্ট্রপতিৰ বাসভৱনৰ পৰা অজ্ঞাত স্থানলৈ পলায়ন ৰাজাপাকছেৰ। শ্রীলংকাত দেখা দিছে ইন্ধনৰ তীব্র নাটনিয়ে। বিধ্বস্ত হৈ পৰিছে শ্রীলংকাৰ অৰ্থনীতি।

Exit mobile version