Fearless Press

বর্ষাশ্ৰীৰ উকা টেবুলত মাক-দেউতাকৰ সৰস্বতী বন্দনা

ন্যায়ালয়ৰ ওচৰত চিৰকৃতজ্ঞ বর্ষাশ্ৰীৰ পৰিয়াল। কিয়নো ন্যায়ালয় আৰু অধিবক্তাৰ নেৰানেপেৰা পৰিশ্ৰমৰ ফল পালে কাৰাগাৰত বন্দী বর্ষাশ্ৰীয়ে। উল্লেখযোগ্য যে বৰ্ষাশ্ৰীৰ হৈ টীয়কৰ এজাৰগুৰিৰ ঘৰখনত ছাত্ৰীগৰাকীৰ টেবুলত থকা সৰস্বতী দেৱীৰ ফটোৰ সন্মুখত বন্তি জ্বলাই আশীৰ্বাদ বিচাৰিছে পৰিয়ালে। লগতে পৰীক্ষাত অৱৰ্তীন হ’বলৈ অনুমতি প্ৰদান কৰাৰ বাবে আজি পৰিয়ালৰ লোকে ধন্যবাদ জনাইছে আদালতক।

Exit mobile version