Fearless Press

তিনিচুকীয়াত বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা বিৰুদ্ধে সদৌ অসম আহোম সভাৰ সংবাদ মেল

তিনিচুকীয়া ৩o জুলাই: যোৱাকালি বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ সন্দৰ্ভত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আহোম মূৰ্দাবাদ ধ্বনি দি নিকৃষ্ট কাৰ্য সম্পাদন কৰি আহোম জনগোষ্ঠীৰ বিৰুদ্ধেহে প্ৰতিবাদ কৰিছে বুলি মন্তব্য কৰি তিনিচুকীয়া হোটেল ময়ূৰজ্যোতিত সংবাদ মেল সম্বোধন কৰে সদৌ অসম আহোম সভাৰ সাধাৰণ সম্পাদক চাও প্ৰাঞ্জল ৰাজকোঁৱৰে । বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা বিৰুদ্ধে চৰকাৰক উচি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনাই সংবাদ মেলৰ জৰিয়তে ।

Exit mobile version