গুৱাহাটী,৩১জুলাই: KLO ৰ মুখ্য সেনাধ্যক্ষ জীৱন সিংহই বিচাৰে শান্তি আলোচনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বইও জনাইছে সঁহাৰি। মধ্যমস্থতাকাৰী অবিহনে আলোচনাৰ পোষকতা কৰে মুখ্যমন্ত্ৰীয়ে।