কোকৰাঝাৰ,১আগষ্ট: বিধায়ক ৰাবিৰাম নাৰ্জাৰীৰ দাবী। স্বামী স্ত্ৰীৰ বিবাহ বিচ্ছেদৰ দৰেই অচিৰেই B T R ত বিচ্ছেদ ঘটিব পাৰে UPPL আৰু B J P ৰ মিত্ৰতা।