পাটনা,১আগষ্ট: আজি পাটনাত অনুষ্ঠিত হোৱা বিজেপি মৰ্চ্চাৰ ৰাষ্ট্ৰীয় কার্য নিৰ্বাহকত দেশৰ গৃহমন্ত্ৰী অমিত সাহে কয় যে পুনৰ ২০২৪ত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হব নৰেন্দ্ৰ মোদী । অৰ্থাৎ পুনৰ দেশবাসীয়ে মোডীক প্ৰধান মন্ত্ৰী হিচাপে পাব।