গুৱাহাটী,৪ আগষ্টঃ বাৰ্মিংহামৰ পৰা আহিছে এক ভাল খবৰ। ধিং এক্সপ্ৰেছ হিমা দাসে কঢ়িয়াই আনিছে আশাৰ খবৰ। কমনৱেল্থ গেমছত মহিলাৰ ২০০ মিটাৰ দৌৰৰ ছেমি ফাইনেলত প্ৰৱেশ হিমা দাস। হিটছত প্ৰথম স্থানেৰে ছেমি ফাইনেলত প্ৰৱেশ হিমা দাসৰ। ২৩.৪২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমাই।
কমনৱেল্থ গেমছ : ২০০ মিটাৰত ছেমি ফাইনেলত হিমা দাস
