Fearless Press

২০ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

গুৱাহাটী,১৪ ডিচেম্বৰঃ ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা পৰীক্ষাৰ সময়সূচী অনুসৰি ২০ ফেব্ৰুৱাৰী সোমবাৰে ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখৰ পৰা আৰম্ভ হ’ব পৰীক্ষা আৰু মাৰ্চৰ ২০ তাৰিখ সোমবাৰে অন্ত পৰিব। আনহাতে ব্যৱহাৰিক পৰীক্ষাসমূহ ২৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব।

 

Exit mobile version