Fearless Press

কাইলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব চাংসাৰিস্থিত AIIMSপ্ৰায় সম্পূৰ্ণ হৈ উঠিছে AIIMSৰ কাম কাজ

চাংসাৰি, ১৩ এপ্ৰিলঃকাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ আয়ুৰ্বেদিক শিক্ষা প্ৰতিষ্ঠান চমুকৈ AIIMS। তা9ক লৈ দেখিবলৈ পোৱা গৈছে ব্যপক প্ৰস্তুতি। কট কটকটীয়াকৈ গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী। অসমবাসীৰ সপোনৰ AIIMS কালিলৈ মূকলি হোৱাকৈ জালুকবাৰী ৰাইজ তথা চাংসাৰি ৰাইজৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত নিজৰ অনুভব ব্যক্ত কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী চফিক আলী মীৰ্জাই ।প্ৰধানমন্ত্ৰী গৰাকীয়ে AIIMS মূকলিৰ পাছতেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডত সংযোজিত হব নতুন দিগন্ত।AIIMSত উপলব্ধ হব সকলো প্ৰকাৰৰ উন্নত মানৰ চিকিৎসা সেৱা।এই সন্দৰ্ভত AIIMSৰ কাৰ্যকৰী সঞ্চালক অশোক পুৰাণিকে কয়।

Exit mobile version