শিৱসাগৰ, ২মে’ঃজল জীৱন মিছনৰ দুৰ্নীতি কাৰী ঠিকাদাৰে অন কেমেৰা জাতীয় সংগঠনৰ নেতাক প্ৰহাৰ কৰাক লৈ হোৱা প্ৰতিবাদকাৰীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ নিৰ্মল মুৰৰ |আঘাট প্ৰাপ্ত সাংবাদিকে ন্যায় পোৱাৰ লগতে গুণ্ডাৰূপী ঠিকাদাৰক উচিত শাস্তি প্ৰদানৰ দাবী জিলাখনৰ সাংবাদিক সকলে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে |
আঘাট প্ৰাপ্ত সাংবাদিক জনে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতো দুৰ্নীতিৰ প্ৰৰায়ণ ঠিকাদাৰক ৰক্ষনা-বেক্ষন দিয়াৰ অভিযোগত এই প্ৰতিবাদ |জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ বিসংগতি আঙুলিয়াই দিয়াৰ বাবে AJYCP মাহমৰা আঞ্চলিক সমিতিৰ সম্পাদক লক্ষী দাস পানীকাক প্ৰহাৰ গুণ্ডাৰূপী ঠিকাদাৰ নিৰ্মল মূৰৰ ।
সাংবাদিক প্ৰহাৰ কৰা গুণ্ডা ঠিকাদাৰ নিৰ্মল মূৰৰ শাস্তিৰ দাবীত সাংবাদিকৰ প্ৰতিবাদ
