১৪ মে’, চিৰাং :চিৰাঙৰ বিজনীৰ বাতাবাৰীত SSB ৰ অভিযান । কেকোঁ সাপসহ গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰী দুটা প্ৰশান্ত ৰায়(২৬), মনোজ ৰাভা(২৭)। বঙাইগাঁওৰ খগড়পুৰ নিৱাসী সৰবৰাহকাৰী দুটাৰ পৰা ২ ডাল কেকোঁ সাপ জব্দ । বিজনীৰ ভূমকিপাৰাৰ চন্দন ৰায়ক ২ লাখ টকাৰ বিনিময়ত কেকোঁ সাপ ২ ডাল চমঝাই দিবলৈ আহোঁতেই SSB ৰ জালত পৰে সৰবৰাহকাৰী দুটা।
বিজনীৰ এছ এছ বিৰ অভিযানত কেকো সাপসহ দুজন সৰবৰাহকাৰী আটক
