ডিব্ৰুগড়, ১জুনঃ২০২২ বৰ্ষৰ আগষ্ট মাহত অসম চিকিৎসা মহাবিদ্যালয়ত পৰ্য্যবেক্ষণ কৰিবলৈ অহা ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ দলে নেদেখিলে পৰ্যাপ্ত পৰিমাণক সা-সুবিধা ।অসম চিকিৎসা মহাবিদ্যালয়ত উক্ত সময়ত নাছিল উন্নত প্ৰযুক্তি দুটামান যাৱতীয় পৰ্যাপ্ত পৰিমাণ সুবিধা।CCTV cameras, Aadhaar-linked biometric attendance procedures and faculty rolls আদিকে কৰি জৰুৰিকালিন বিভাগ ENT বিভাগৰ কিছু সুবিধা নিম্ন আছিল সেই সময়ত। যাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ক এইসমূহ পৰিপূৰ্ণ কৰিবলৈ নিৰ্দেশ দি গৈছিল ইণ্ডিয়ান মেডিকেল কাউন্সিলে।অৱশ্যে মেডিকেল কাউন্সিলৰ নিৰ্দেশ অনুসাৰী ২০২২ বৰ্ষৰ ডিচেম্বৰ মাহতে সকলো অসুবিধা দূৰ কৰি তথ্য প্ৰদান কৰিছে মেডিকেল কাউন্সিলক অসম চিকিৎসা মহাবিদ্যালয়ে।ফোন যোগে জানিবলৈ দিলে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই।
ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ ৰোষত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়, ১জুন
