নিউজ ডেক্সঃনিউয়ৰ্কৰ ঐতিহাসিক এম্পায়াৰ ষ্টেট বিল্ডিঙত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনোৱাৰ উদ্দেশ্যে ত্ৰিৰংগাৰে সজাই তোলা হৈছিল। মোডীৰ চাৰিদিনীয়া আমেৰিকা ভ্ৰমণক কেন্দ্ৰ কৰি মোডী জ্বৰত কঁপিছে আমেৰিকা। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে মোডীক আদৰণি জনোৱাৰ ব্যৱস্থাত কোনো ভুল কৰা নাই।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানত এক বিশেষ ভোজৰ আয়োজন কৰা হয়।আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পৰা আৰম্ভ কৰি ভাৰতীয় কোটিপতি মুকেশ আম্বানীলৈকে – সকলো উপস্থিত আছিল তাত। মোডীৰ ৰাতিৰ আহাৰ গ্ৰহণৰ অতিথিসকলৰ ভিতৰত আছিল কেইবাগৰাকীও উল্লেখযোগ্য ব্যক্তি। তাৰ আগতে প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ কংগ্ৰেছৰ সদনত এক ঐতিহাসিক ভাষণ দিছিল। এইবাৰ নিউয়ৰ্কৰ ঐতিহাসিক এম্পায়াৰ ষ্টেট বিল্ডিং (নিউয়ৰ্ক) ত্ৰি-ৰঙেৰে সজাই তোলা হয়।কেৱল আমেৰিকাতে নহয়, ছিডনী হাৰ্বাৰ আৰু অপেৰা হাউছক ত্ৰি-ৰঙেৰে সজাই তোলা হৈছিল মোডীৰ পূৰ্বৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত। যিটো দৃশ্য দেখি ভাৰতীয়সকল উত্তেজিত হৈ পৰিছিল। এইবাৰো দেখা গ’ল ঐতিহাসিক আমেৰিকা ভ্ৰমণত একেখন নিউয়ৰ্কৰ ঐতিহাসিক এম্পায়াৰ ষ্টেট বিল্ডিঙত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনোৱাৰ উদ্দেশ্যে ত্ৰিৰংগাৰে সজাই তোলা হৈছিল। মোডীৰ চাৰিদিনীয়া আমেৰিকা ভ্ৰমণক কেন্দ্ৰ কৰি মোডী জ্বৰত কঁপিছে আমেৰিকা। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে মোডীক আদৰণি জনোৱাৰ ব্যৱস্থাত কোনো ভুল কৰা নাই।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানত এক বিশেষ ভোজৰ আয়োজন কৰা হয়।আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পৰা আৰম্ভ কৰি ভাৰতীয় কোটিপতি মুকেশ আম্বানীলৈকে – সকলো উপস্থিত আছিল তাত। মোডীৰ ৰাতিৰ আহাৰ গ্ৰহণৰ অতিথিসকলৰ ভিতৰত আছিল কেইবাগৰাকীও উল্লেখযোগ্য ব্যক্তি। তাৰ আগতে প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ কংগ্ৰেছৰ সদনত এক ঐতিহাসিক ভাষণ দিছিল। এইবাৰ নিউয়ৰ্কৰ ঐতিহাসিক এম্পায়াৰ ষ্টেট বিল্ডিং (নিউয়ৰ্ক) ত্ৰি-ৰঙেৰে সজাই তোলা হয়।কেৱল আমেৰিকাতে নহয়, ছিডনী হাৰ্বাৰ আৰু অপেৰা হাউছক ত্ৰি-ৰঙেৰে সজাই তোলা হৈছিল মোডীৰ পূৰ্বৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত। যিটো দৃশ্য দেখি ভাৰতীয়সকল উত্তেজিত হৈ পৰিছিল। এইবাৰো দেখা গ’ল ঐতিহাসিক আমেৰিকা ভ্ৰমণত একেখন ছবি।
মোডী জ্বৰত কঁপিছে আমেৰিকা

India's Prime Minister Narendra Modi shakes hands with U.S. President Joe Biden next to Canada's Prime Minister Justin Trudeau as they prepare to pose for a family photo alongside G7-leaders and outreach guests at the Bavarian resort of Schloss Elmau castle, near Garmisch-Partenkirchen, Germany June 27, 2022. Ludovic Marin/Pool via REUTERS