Fearless Press

অমৃত ভাৰত ষ্টেচন আঁচনি

আজি দেশৰ মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিও কনফাৰেন্সিঙৰ মাধ্যমে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৫৫৪ টা ৰেলৱে ষ্টেচনৰ পুনৰ্বিকাশ আৰু ১৫০০ ৰোড অ’ভাৰ ব্ৰীজ/আণ্ডাৰপাছৰ শিলান্যাস কৰে ।এই অভিলাসী আঁচনিত অন্তর্ভুক্ত হোৱা ৰঙানদী সমষ্টিৰ হাৰমতী ৰেলৱে ষ্টেচনৰ শিলান্যাসৰ শুভ অনুষ্ঠানত লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফনিধৰ বৰুৱা , সাধাৰণ সম্পাদকদ্বয় শ্রী যুত ডিম্বেশ্বৰ গগৈ, শ্রী যুত জিতেন দত্ত,অ,বি,চি বৰ্ডৰ অধক্ষ তথা জিলা সম্পাদক শ্রী যুত দুলাল দত্ত , কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ, ৰেলৱে বিভাগৰ উচ্চ পদস্থ বিষয়া, কৰ্মচাৰী আৰু হাৰমতী অঞ্চলৰ ছাত্র ছাত্রী তথা বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

Exit mobile version