লখিমপুৰ, , ৫ মাৰ্চ ; লখিমপুৰত বৰ্তমান সময়তো জাল নোট আৰু নকল সোণৰ ব্যৱসায়ীৰ দপদপনি অব্যাহত আছে ।লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীৰ অধীনস্থ দুই নং ইছলামপুৰ আৰু ফটেহপুৰৰ পৰা আজি লখিমপুৰ আৰক্ষীয়ে দুই জালনোট ,নকল সোন সৰবৰাহকাৰীৰ নকল পৰা ৬.২লাখ টকাৰ জালনোট সহ দুখন সোণৰ নাও জব্দ কৰে। জানিব পৰা মতে, আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বঙালমৰাৰ ২ নং ইছলামপুৰৰ পৰা কুৰবান আলি ,আৰু ফটেহপুৰৰ পৰা বিল্লাল হুছেইনক আটক কৰে । বৰ্তমান কুৰবান আলি আৰু বিল্লাল হুছেইনক অধিক তথ্য বাবে লখিমপুৰৰ শীৰ্ষ আৰক্ষীয়ে জেৰা .
লখিমপুৰত জাল নোট ,নকল সোন ব্যৱসায়ীৰ দপদপনি অব্যাহত পুনৰ নকল সোণৰ ব্যৱসায়ীৰ পৰা ৬.২ লাখ টকাৰ জাল নোট সহ নকল সোণৰ নাও জব্দ
