গুৱাহাটী,৩ জুনঃ ৭ জুনত ঘোষণা হ’ব মেট্রিক আৰু হাইমাদ্রাছাৰ ফলাফল। আজি টুইটাৰ যোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ২০ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। উল্লেখ্য যে কিছুদিন পূৰ্বেই পৰীক্ষাৰ ফলাফল সন্দৰ্ভত শিক্ষা সংসদৰ লগত আছু এক বৈঠকত মিলিত হৈছিল।
গুণোৎসৱৰ বাবে ফলাফল ঘোষণা কৰাত পলম হোৱা বুলি কৈছিল কৰ্তৃপক্ষই। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা ফলাফল ঘোষণাৰ দিন।
