গুৱাহাটী,৫ জুলাইঃ ভূমিকম্পই জোকাৰি গ’ল অসম। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৩.৭.। মঙ্গলবাৰে পুৱা ১১.০৩ বজাত অনুভূত হৈছিল এই কম্পন। নেচনেল চেন্টাৰ ফৰ চিচমল’জিৰ মতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ভূ-পৃষ্ঠৰ পৰা ৩৫ কিলোমিটাৰ গভীৰতাত।