গুৱাহাটী,১৩ ছেপ্টেম্বৰঃ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত উত্থাপিত হ’ল ১৫ বিধেয়ক। সদনত উত্থাপন বিলকেইখন হ’ল দ্য
আছাম মটৰ ভেহিকলছ টেক্সেচন (এমেণ্ডমেন্ট) বিল, দ্য আছাম
মিউনিচিপাল (এমেণ্ডমেন্ট) বিল-২০২২, দ্য আছাম মিউনিচি পাল
কৰ্প’ৰেচন (এমেণ্ডমেন্ট) বিল-২০২২, দ্য আছাম এৰিয়েল ৰোপবেজ বিল-২০২২, দ্য আছাম ইউনিফাইড মেট্ৰ’পলিটান ট্রান্সপ’ৰ্ট অথৰিটী বিল-২০২২, দ্য গুৱাহাটী কৰ্প’ৰেচন
মিউনিচিপাল (এমেণ্ডমেন্ট) বিল-২০২২, দ্য মেট’পলিটান অথৰিটী
গুৱাহাটী ডেভেলপমেন্ট (এমেণ্ডমেন্ট) বিল-২০২২, দ্য গুৱাহাটী বিল্ডিং কনষ্টাংকচন (ৰেগুলেচন) (এমেণ্ডমেন্ট) বিল-২০২২, দ্য আছাম টাউন এণ্ড ক্রান্তি প্লেনিং (এমেণ্ডমেন্ট) বিল, দ্য আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেচন (এমেণ্ডমেন্ট) বিল-২০২২, দ্য আছাম গুডছ এণ্ড ছার্ভিচেছ টেক্স (এমেণ্ডমেণ্ট) বিল-২০২২, দ্য আছাম এপ্রোপ্ৰিয়েচন এক্ট (ৰিপিল) বিল, দ্য আছাম কনটিনজেন্সী ফাণ্ড এক্টছ (ৰিপিল) বিল আৰু দ্য ছ’চাইটী ৰেজিট্ৰেচন (আছাম এমেণ্ডমেন্ট) বিল-২০২২।
