মাৰ্ঘেৰিটা, ২৭ নবেম্বৰঃডিগবৈৰ বাপাপুংত অবৈধ কয়লাপৰিবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত।মাৰ্ঘেৰিটাৰ পৰা আহিছিল দুৰ্ঘটনাগ্ৰস্থ ট্ৰাকখন।AR01 P 7808 নম্বৰৰ বাৰচকীয়া ট্ৰাকখনে ২৫টন কয়লা লৈ আহিছিল। ডিগবৈ আৰক্ষীৰ দ্বাৰা ক্ৰেনৰ জৰিয়তে উদ্ধাৰ দূৰ্ঘটনাগ্ৰস্থ কয়লা পৰিবাহী ট্ৰাকখন। কয়লা সমূহ মাৰ্ঘেৰিটাৰ কয়লা মাফিয়া পৰা গৈছে।আৰক্ষীৰ সহযোগত মাৰ্ঘেৰিটাত পুনৰ আৰম্ভ হৈছে কয়লা চিণ্ডিকেটৰাজৰ ব্যৱসায়।