গুৱাহাটী,২৭ মাৰ্চঃ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত লাভলীনা বৰগোহাঁইৰ স্বৰ্ণ জয়। ৭৫ কেজি শাখাত স্বৰ্ণ জয় লাভলীনা বৰগোহাঁইৰ। লাভলীনাৰ হাতত ফাইনেলত পৰাস্ত অষ্ট্রেলিয়াৰ প্রতিদ্বন্দ্বী। কেটলিন পাৰ্কাৰক হৰুৱাই স্বৰ্ণ জয় লাভলীনাৰ। বিশ্ব চেম্পিয়নশ্বিপত ইতিহাস ৰচি স্বৰ্ণ জয় লাভলীনাৰ। অসমৰ প্রথমগৰাকী বক্সাৰ হিচাপে স্বৰ্ণ জয় লাভলীনাৰ। পূৰ্বতে লাভলীনাই দুবাৰকৈ জয় কৰিছিল ব্রঞ্জৰ পদক।