মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেন মোদীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০০ বছৰ‌।