চিৰাং , ২৭ এপ্ৰিল:চিৰাঙৰ বিজনীৰ ভাওৰাগুৰীত আৰক্ষীৰ অভিযান। গ্ৰেপ্তাৰ ৮ জনীয়া ডকাইতৰ দল। ধৃত ডকাইত কেইটা হবো শ্বেখ(৩০), আস্ৰফ আলী(২২), বাচেৰ আলী আকণ্ড(২৭), আব্দুল মজিদ (৩১), কুটুব আলী(১৯), আনিছুৰ আলম(৩০), মাহবুবুৰ ৰহমান (২৬), ৰছিদুল আলী(৩০)। ধৃত ডকাইত কেইটাৰ পৰা AS-19D 7473 নম্বৰৰ এখন XYLO, এখন AS-19AC- 4245 নম্বৰৰ এখন টাটা মেজিক, নগদ ১৫,৫৫০ টকা, ৪ খনকৈ চিম কাৰ্ড, ৮ টাকৈ মোবাইল হেণ্ডচেট, তৰোৱাল ১ খন, দা’ ১ খন, খুকুৰী ১ খনসহ আপত্তিজনক সামগ্ৰী জব্দ ।