চাকৰী নিযুক্তি কেলেংকাৰীৰ অভিযোগৰ তদন্ত CBI কদিয়ক কলিয়াবৰ লোকসভা সমষ্টিত এ আই ইউ ডি এফ দলে প্ৰাৰ্থীত্ব আগবঢ়োৱা সন্দৰ্ভত ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ মন্তব্যতিয়ালৈকে এ আই ইউ ডি এফৰ দলীয় মঞ্চত কলিয়াবৰ লোকসভা সমষ্টিত প্রার্থিত্ব আগবঢ়োৱাৰ সন্দৰ্ভত কোনো আলোচনা হোৱা নাই । ধিঙৰ বিধায়ক আমিনুল ইছলামে প্ৰাৰ্থীত্ব আগবঢ়াৱাৰ চৰ্চা চলি থকা সময়তে বিধায়ক আমিনুল ইছলামৰ মন্তব্যই সন্দেহৰ আবৰ্তত সোমাই পৰিছে এ আই ইউ ডি এফ দল ।এতিয়াও কংগ্ৰেছৰ লগত ভিতৰি মৃত্ৰতা আছে নেকি এ আই ইউ ডি এফ দলৰ ।এ আই ইউ ডি এফে কলিয়াবৰ লোকসভা সমষ্টিত প্রার্থিত্ব প্রদান কৰিলে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ ক্ষমতা চ্যুত হব নেকি? সেই প্ৰশ্ন এতিয়া সমষ্টি বাসী ৰাইজৰ মুখে মুখে ।