ময়নাগুৰি, ৯ জানুৱাৰী:গৌৰীপুৰৰ আৰক্ষী থানাৰ আলমগঞ্জ আমবাৰী ৰেল পথত এক দুৰ্ঘটনা সংঘটিত হয়।এগৰাকী মানসিক বিকাৰগ্ৰস্তলোক মালবাহী ৰে’লৰ খুন্দাত নিহত হৈছে ৷মানসিক বিকাৰগ্ৰস্ত যুৱকজন ৰেল পথত বহি থকা সময়ত হঠাৎ মালবাহী ৰে’লখন আহে যদিও মানসিক বিকাৰগ্ৰস্ত যুৱকজন উমান পোৱা নাছিল ৷মালবাহী ৰেলখন মানসিক বিকাৰগ্ৰস্ত যুৱকজনক বচোৱাৰ কাৰনে বহুবাৰ হন বজাইছিল তথাপি বিকাৰগ্ৰস্ত যুৱকজন ঘটনাস্থলীত বহি আছিল ৷ বহি থকাত মানসিক বিকাৰগ্ৰস্ত যুৱকজন থিতাতে নিহিত হয় ৷মানসিক বিকাৰগ্ৰস্ত যুৱকজনৰ কোনো পৰিচয় জানিব পৰা হোৱা নাই ৷এই ঘটনাৰ খৱৰ পাই গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে ৷










