খৈৰাবাৰী, ১৮ ফেব্ৰুৱাৰীঃব্যতিক্ৰম নহয় ওদালগুৰি খৈৰাবাৰী!!ওদালগুৰি জিলাৰ খৈৰাবাৰী স্থিত ঐতিৰ্যমণ্ডিত তাম্ৰেশ্বৰ দেৱালয়তো দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে মহা শিৱৰাত্ৰী!!আজি পুৱাৰে পৰা বহু দূৰ দূৰণিৰ ভক্তগণৰ সমাবেশ ঘটিছে তাম্ৰেশ্বৰ দেৱালয়!!তাম্ৰেশ্বৰ দেৱালয়ত আহি মহাদেৱক আৰধনা কৰিলে মনোবাঞ্চা পূৰণ হয় ভক্ত সকলৰ দৃঢ় বিশ্বাস!!প্ৰতিবছৰৰ দৰে এইবাৰো খৈৰাবাৰী তাম্ৰেশ্বৰ দেৱালয়ত সহশ্ৰাধীক লোকৰ সমাগম হোৱাৰ আকংশা কৰিছে পূজা সমিতিয়ে!