গুৱাহাটী,৩ জুনঃ মহানগৰীৰ হাতীগাঁৱৰ এল এন বি বিষ্ণুজ্যোতি পথত চুৰিকাণ্ড। আৰক্ষী বিষয়াৰ ঘৰত চোৰৰ লুটপাত। এণ্টি কৰাপচনৰ ডি এছ পি নিজামুদ্দিন খানৰ ঘৰত চুৰি কাণ্ড। কৃষি বিভাগৰ মাৰ্কেটিং বিষয়া নাছিৰুদ্দিন খানৰ ঘৰতো চুৰিৰ ঘটনা।