গুৱাহাটী,৩ জুনঃ গুৱাহাটীৰ নৰ্থ-ইষ্ট কেন্সাৰ হাস্পতালত ৰোগীৰ আত্মহত্যা। হাস্পতালখনৰ ২০১ নম্বৰত কেবিনত ৰোগীৰ আত্মহত্যা। লোকজন লখিমপুৰৰ পদ্ম চেত্রী বুলি চিনাক্ত কৰা হৈছে। আত্মহত্যাৰ কাৰন এতিয়াও জানিব পৰা হোৱা নাই।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।