পৰ্বতঝোৰা, ২৩ আগষ্টঃ আজি বিটিআৰৰ পৰ্বতঝোৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ সমুখত সদৌ অসম সংখ্যালঘু ছাএ ইউনিয়ন চমুকৈ (আমছু)ৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷ মূল ৯ টা গুৰুত্বপূৰ্ণ দাৱীৰে আমছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন ৷ ইয়াৰ সামন্তাৰালকৈ সদৌ অসম সংখ্যালঘু ছাএ ইউনিযন (আমছু)ৰ পৰ্ব্বতঝোৰা জিলা সমিতিৰ উদ্যোগত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ন কৰা পৰিলক্ষিত হয় ৷
আমছুৰ পৰ্ব্বতঝোৰ জিলা সমিতিয়ে মুঠ ৯ টা গুৰুত্বপূৰ্ণ দাৱীৰে এখন স্মমাৰক পএ মহকুমাধিপতিৰ জড়িয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ৷ ১১ বজাৰ পৰা ১ বজালৈ এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত আমছুৰ জিলা সমিতিৰ কৰ্মকৰ্তা সকলে সফল ভাৱে ৰূপায়ন কৰে ৷
আমছুৰ জিলা সমিতিয়ে বিভিন্ন শ্লোগানৰে আকাশ বতাহ কঁপাই তোলে পৰিলক্ষিত হয় ৷