লখিমপুৰ, ৮ জানুৱাৰী ; নতুন দিল্লীত ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা ১৪ নং চাব জুনিয়ৰ ১৫ নং জুনিয়ৰ আৰু ১৬ নং ছিনিয়ৰ ৰাষ্ট্ৰীয় কিকবক্সিং চেম্পিয়নশ্বিপত দ্বিতীয় ৰানাৰ্ছ আপ লাভ কৰিবলৈ সক্ষম হৈছে অসম দলে । দলটোৱে ১৭টা সোন,৯ টা ৰূপ আৰু ১৭টা ব্ৰঞ্জৰ পদক লাভ কৰি এই সফলতা কঢ়িয়াই আনে । ফাইট ইভেণ্টত গোল্ড মেডেলিষ্ট হিচাপে বিজয়ী হয় ঘৃতম ভূঞা, ছকলিন সামিদ, মানস শৰ্মা, স্বপ্নাৰাজ হাজৰিকা, কয়েল বাৰীক, অনমিকা দেৱী ,দীপ্তী দাহাল, একলব্য বিশ্বকৰ্মা, কৰণ লামছাল, কংকনা শইকীয়া, ৰুমী প্ৰজা । আনহাতে ৰূপৰ পদক লাভ কৰে ৰিয়া ৰাণী শইকীয়া, কুনাল ৰায়, পাৰ্থপ্ৰতিম হাজৰিকা, অনুষ্কা বৰুৱা, ময়ুৰী কাকতি কল্পনা প্ৰধান, পূৰ্ণম দাস, স্নেহা দেৱী, । ইপিনে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে অনিখা দেৱী, ৰাজশ্ৰী হাজৰিকা, ওম মগৰ, ৰিম্পি দেৱী, ৰাজ চেত্ৰী, স্নেহা চেত্ৰী, নেহা চেত্ৰী । প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে পল্লব পাটাৰ, অনুষ্কা বৰাই ।
আনহাতে এৰ’ কিকবক্সিংত স্বৰ্ণ পদক বিজয়ী হৈছে ৰিয়া ৰাণী শইকীয়া, প্ৰিন্স গোৰ্খা ঢাকাল, স্বাতী গোৰ্খা ঢাকাল । ৰূপৰ পদক বিজয়ী হৈছে ৰিয়া ৰাণী শইকীয়া, কুনাল ৰায়, পাৰ্থপ্ৰতিম হাজৰিকা, অনুষ্কা বৰুৱা, ময়ুৰী কাকতি , কল্পনা প্ৰধান, পূৰ্ণম দাস, স্নেহা দেৱী, । ব্ৰঞ্জৰ পদক বিজয়ী হ’ল অনিখা দেৱী, ৰাজশ্ৰী হাজৰিকা, ওম মগৰ, ৰিম্পি দেৱী, ৰাজ চেত্ৰী, স্নেহা চেত্ৰী, নেহা চেত্ৰী সংগীতৰ ৰূপ স্বৰ্ণ পদক বিজয়ী হৈছে পল্লৱ পাটাৰ, অনুষ্কা বৰা ৰূপৰ পদক বিজয়ী কংকনা শইকীয়া ,ব্ৰঞ্জৰ পদক বিজয়ী হৈছে লুইত নিলিম বৰা, ঘৃতম ভূঞা, ৰিম্পি দেৱী অংশুমান দাস, ৰুমী প্ৰজা, একলব্য বিশ্বকৰ্মা এৰ’কিক বক্সিংত স্বৰ্ণ পদক বিজয়ী হৈছে- ৰিয়া ৰাণী শইকীয়া, ৰাজকুমাৰ গোৰ্খা ঢাকাল, স্বাতী গোৰ্খা ঢাকাল । ব্ৰঞ্জৰ পদক বিজয়ী হৈছে কয়েল বাৰীক, অনামিকা দেৱী, কৰণ ভূমিজ আৰু বিশাল তামাং। মাষ্টাৰ হামিদ আশ্ৰাফ,আৰু ঋতুৰাজ বিশ্বকৰ্মাই ৰেফাৰী আৰু বিচাৰক হিচাপে, মতিনুদ্দিন আহমেদে টিম মেনেজাৰ হিচাপে, বিশাল মিজাৰে টিম কোচ হিচাপে আৰু কপিল ভূঞাই অসম দলৰ মেডিকেল এচিষ্টেণ্ট হিচাপে অংশগ্ৰহণ কৰে
Home অসম আৰু উত্তৰপূব ৰাষ্ট্ৰীয় কিকবক্সিং চেম্পিয়নশ্বিপত অসম দলৰ সাফল্য ১৭টা সোন, ৯টা ৰূপ আৰু ১৭...









